বায়ুমণ্ডল আৰু ইয়াৰ বিভিন্ন স্তৰ , Atmosphere and it's stages. In this video we have discussed The Atmosphere and its Stages. It is the most important topic for TET, CTET and all kinds of competitive exams. thanks.
বায়ুমণ্ডলৰ বিভিন্ন গেছ - নাইট্ৰ'জেন(78.০8), অক্সিজেন(20.94), আর্গন(০.93) , কার্বন ডাই- অক্সাইড(০.০36), অন্যান্য(০.০14)
বায়ুমণ্ডলৰ বিভিন্ন স্তৰত বিস্তৃতি --
ট্ৰপ’স্ফিয়েৰ --- ভূপৃষ্ঠৰ পৰা প্ৰায় 12 km উচ্চতালৈ ।
ষ্ট্ৰেট’স্ফিয়েৰ ---ভূপৃষ্ঠৰ প্ৰায় 50 km উচ্চতালৈ(12km-50kmলৈ)
মেচ’স্ফিয়েৰ---ভূপৃষ্ঠৰ প্ৰায় 80km উচ্চতালৈ(50km-80km লৈ)
থাৰ্ম'স্ফিয়েৰ ---ভূপৃষ্ঠৰ প্ৰায় 400 km উচ্চতালৈ(80km-400km লৈ)
এক্স'স্ফিয়েৰ--- ভূপৃষ্ঠৰ প্ৰায় 1000km উচ্চতালৈ(400km-1000km লৈ)
most important questions, economics, (part2)-
TET
CTET
Assam TET
TET Assam
CTET December
social science
TET 2019
#assamtet#tetassam#ctet#atmosphere#

0 Comments